Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

বিহুটি বছৰি আহিবি...

  বিহুটি বছৰি আহিবি... বিহু অসমৰ আপোন উছৱ৷ প্ৰকৃতিৰ নিজা উছৱ বিহুত গছ, পথাৰ, আকাশ সকলোৱে ৰং সলায়৷ বিভিন্ন ৰূপ আৰু শৈলীত অসমলৈ বিহু আহে, নামব...

 


বিহুটি বছৰি আহিবি...

বিহু অসমৰ আপোন উছৱ৷ প্ৰকৃতিৰ নিজা উছৱ বিহুত গছ, পথাৰ, আকাশ সকলোৱে ৰং সলায়৷ বিভিন্ন ৰূপ আৰু শৈলীত অসমলৈ বিহু আহে, নামবোৰ বেলেগ হয় মাত্ৰ -সাত বিহু, ৰংজালি বৈশাগু, বিষুৱা, ৰঙালী বিছুৱা, তৰাছিৰা, তৰাছিঙা, নববৰ্ষ ইত্যাদি৷

"আহে' সভাসদ"এ উছৱৰ প্ৰতিটো ৰঙালী মুহুৰ্ত আপোনাসৱৰ সৈতে একেলগে উদযাপন কৰিব বিচাৰে৷ সকলো অসূৱা, অপ্ৰীতি আঁতৰি বছৰৰ প্ৰতিটো দিনেই ৰঙালীৰ দৰে উছব মুখৰ হৈ থাকক, প্ৰতিদিনেই ফুলক কপৌফুল, এই কামনাৰে.....

No comments

Latest Articles