Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

ইতিহাসৰ গুৱাহাটী

  চাৰ্চ ফিল্ডৰ ক্ৰাইষ্ট চাাৰ্চ: পানবজাৰৰ কাছাৰীৰ নেহৰু উদ্যানৰ ভিতৰত থকা বৰ্তমানৰ কেথলিক চাৰ্চৰ ঠাইতে ক্ৰাইষ্ট চাৰ্চটো আছিল৷ ১৮৯৭ চনৰ ভয়াবহ ...

 



চাৰ্চ ফিল্ডৰ ক্ৰাইষ্ট চাাৰ্চ: পানবজাৰৰ কাছাৰীৰ নেহৰু উদ্যানৰ ভিতৰত থকা বৰ্তমানৰ কেথলিক চাৰ্চৰ ঠাইতে ক্ৰাইষ্ট চাৰ্চটো আছিল৷ ১৮৯৭ চনৰ ভয়াবহ ভূমিকম্পত পুৰণি গীৰ্জাঘৰটো সমূলঞ্চে ধ্বংস হোৱাত বৰ্তমানৰ গীৰ্জাঘৰটো নিৰ্মাণ কৰা হয়৷ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ১৯৪৪-৪৫ চনত পুৰণি চাৰ্চটো নিৰ্মাণ কৰা হৈছিল৷ 

স্কেটচ ৰাজৰ্ষি সাহা                 


No comments

Latest Articles